Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ Mock Test
অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ কিতাপ
05 November 2024
JobAssam
Share
২০২০ চনৰ টকিঅ’ অলিম্পিকত কোনটো খেলত ভাৰতে পদক লাভ কৰা নাছিল?
ক) বক্সিং
খ) ভাৰোত্তোলন
গ) টাইকোৱাণ্ডো
ঘ) মল্লযুঁজ
টাইকোৱাণ্ডো
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
তলৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আছিল?
অসমৰ কোনখন জিলাত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত?
এজন মানুহে ঘণ্টাত ১২ কিলোমিটাৰ বেগত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰি ৯ কিলোমিটাৰ বেগত উভতি আহে। যদি মুঠ সময় ২ ঘণ্টা ২০ মিনিট হয়, তেন্তে ইয়াৰ দূৰত্ব কিমান?
২০১১ চনত চুইজাৰলেণ্ডত কোনজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাক ‘এম্বেছাদৰ অৱ ইন্টাৰলেকেন’ উপাধি দিয়া হৈছিল?
চিমেণ্ট আৰু তীখা উৎপাদনৰ প্ৰধান উপাদান কি?