Daily MCQs

২০২৫ চনৰ মাৰ্চ মাহৰ হিচাপত অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী কোন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতৰ প্ৰথমজন চীফ অৱ ডিফেন্স ষ্টাফ কোন আছিল? পদাৰ্থৰ পৰিমাণৰ SI একক কি? এজন দেউতাকৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ দুগুণ। ২০ বছৰ আগতে, দেউতাকৰ বয়স পুত্ৰৰ বয়সৰ ১২ গুণ আছিল। দেউতাকৰ বৰ্তমান বয়স কিমান? অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে? কোন বছৰত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল?