Daily MCQs

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা ২৫ মেগাৱাটৰ সৌৰশক্তি উৎপাদন প্ৰকল্প কোনটো বিদ্যুৎ কেন্দ্ৰত অৱস্থিত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

১৯১৬ চনত “অসম ছাত্ৰ সন্মিলন”ৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? নৰকাসুৰে নিৰ্মাণ কৰা বুলি ধাৰণা কৰা নাগশংকৰ মন্দিৰ _______ত অৱস্থিত। ভাৰতত ক’ত প্ৰথম কপাহী বস্ত্ৰ কল প্ৰতিষ্ঠা হৈছিল? এজন ল’ৰাই ঘণ্টাত ৪ কিলোমিটাৰ বেগত স্কুললৈ খোজ কাঢ়ি যাওঁতে ৯ মিনিট দেৰি কৰে। ঘণ্টাত ৫ কিলোমিটাৰ বেগত খোজ কাঢ়িলে ৯ মিনিট আগতেই আহি পায়। তেওঁৰ স্কুলৰ দূৰত্ব কিমান? He often _____ to the theatre because he loves plays.