Daily MCQs

এজন ল’ৰাই ঘণ্টাত ৪ কিলোমিটাৰ বেগত স্কুললৈ খোজ কাঢ়ি যাওঁতে ৯ মিনিট দেৰি কৰে। ঘণ্টাত ৫ কিলোমিটাৰ বেগত খোজ কাঢ়িলে ৯ মিনিট আগতেই আহি পায়। তেওঁৰ স্কুলৰ দূৰত্ব কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলৰ কোনটোৱে গৰম কৰিলে বেছিকৈ সম্প্ৰসাৰিত হ’ব? গংগাৰ কোনখন উপনৈক ‘বিহাৰৰ দুখ’ বুলি কোৱা হয়? দক্ষিণ ভাৰতৰ জ্ঞান সৰস্বতী মন্দিৰ ক'ত অৱস্থিত? ভাৰতীয় অসামৰিক সেৱাৰ (আই চি এছ) পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমজন ব্যক্তি কোন? প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণী কোনটো বংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়?