Daily MCQs

২০১১ চনত চুইজাৰলেণ্ডত কোনজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাক ‘এম্বেছাদৰ অৱ ইন্টাৰলেকেন’ উপাধি দিয়া হৈছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতত প্ৰথম সংবিধান বিধানসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? কামৰূপৰ পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ৭২০ টকাত ১৭টা বল বিক্ৰী কৰিলে ৫ বলৰ ক্ৰয় মূল্যৰ সমান লোকচান হয়। এটা বলৰ ক্ৰয় মূল্য হ’ল? শেহতীয়াকৈ কোনখন ৰাজ্যই দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে মহিলা ছাত্ৰ-ছাত্ৰীক চেনিটেৰী নেপকিন কিনিবলৈ ধন দিছিল? আনৰ ধাৰণা আৰু লেখা প্ৰকাশ কৰিলে ইয়াক কি বুলি কোৱা হয়?