Daily MCQs

১৮ জন লোকে যদি ১০ দিনত ৯০০ খন কিতাপ বান্ধিব পাৰে, তেন্তে ১২ দিনত ৬৬০ খন কিতাপ বান্ধিবলৈ কিমান মানুহৰ প্ৰয়োজন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তিনিখন ঐতিহাসিক নাট ক্ৰমে- চক্ৰধজ সিংহ, জয়মোতী কোঁৱৰী আৰু বেলিমাৰ ৰচনা কৰিছিল: টাইটান কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ? _____ of the two sisters is married. ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে তৈয়াৰ কৰিছিল? ভাৰতত গৱেষণাৰ বাবে পুঁজি, সমন্বয়, আৰু প্ৰচাৰৰ বাবে কোনটো প্ৰতিষ্ঠানৰ প্ৰস্তাৱ দিয়া হৈছিল?