Daily MCQs

Which of the following sentences correctly uses the modal verb “must”?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চক্রবৃদ্ধি সুতৰ ওপৰত ৩ বছৰত ১০,৬৪৮ টকা আৰু ২ বছৰত ৯,৬৮০ টকা হয়। তেন্তে বছৰি সুতৰ হাৰ কিমান? মহাদেশীয় বিস্থাপন তত্ত্ব অনুসৰি, একমাত্ৰ মহাদেশখনৰ নাম কি আছিল: সমীন আৰু তনুজৰ বয়সৰ অনুপাত ৮:১৫। ৯ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত ১১:১৮ হ’ব। তেওঁলোকৰ বয়সৰ মাজত কিমান পাৰ্থক্য আছে? I wish I ___ a bird.