Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
টেট, আৰক্ষী, ইত্যাদিৰ অনলাইন মক টেষ্ট
নিযুক্তি পৰীক্ষাৰ বাবে শ্ৰেষ্ঠ কিতাপ
26 August 2024
JobAssam
Share
যদি ক্ৰয় মূল্য বিক্ৰী মূল্যৰ ৯৫% হয় তেন্তে লাভৰ শতাংশ কিমান?
ক) ৪%
খ) ৪.৭৫%
গ) ৫%
ঘ) ৫.২৬%
৫.২৬%
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
এটা সংখ্যা ২২তকৈ যিমানেই বেছি সিমানেই ৭২তকৈ কম। সংখ্যাটো কিমান?
তলৰ কোনটো পখিলাৰ জীৱনচক্ৰত নাথাকে?
অসমত গঁড় দিৱস ______ তাৰিখে পালন কৰা হয়।
সামগ্ৰীৰ বিনিময় (মুদ্ৰা অবিহনে বাণিজ্য)ৰ প্ৰাচীন পৰম্পৰা হৈছে
এজন ব্যক্তিয়ে বেংকৰ পৰা বছৰি ১২% হাৰত সৰল সুতত ঋণ লৈছিল। ৩ বছৰৰ পাছত কেৱল সেই সময়ছোৱাৰ বাবে তেওঁ ৫৪০০ টকা সুত হিচাপে দিবলগীয়া হৈছিল। তেওঁ ঋণ লোৱা মূলধন আছিল?