Daily MCQs

অৰুণ আৰু ভাস্কৰৰ বৰ্তমান বয়সৰ যোগফল হ’ল ৭০ বছৰ। ৫ বছৰ আগতে অৰুণৰ বয়স ভাস্কৰতকৈ দুগুণ আছিল। ভাস্কৰৰ বৰ্তমান বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? কোনখন ৰাজ্যৰ সৈতে অসমৰ আটাইতকৈ চুটি সীমা আছে? প্ৰথম কমনৱেলথ গেমছ কেতিয়া অনুষ্ঠিত হৈছিল? ভৌগোলিক আকাৰৰ ফালৰ পৰা বিশ্বৰ দেশৰ ভিতৰত ভাৰতৰ স্থান - ভাৰতীয় সেনাৰ বিদ্ৰোহ বিৰোধী বিদ্যালয় ক’ত অৱস্থিত?