Daily MCQs

অৰুণে আজি জন্মদিন উদযাপন কৰিছে। পৰৱৰ্তী জন্মদিনত তেওঁৰ বয়স ১২ বছৰ আগৰ তুলনাত দুগুণ হ’ব। আজি অৰুণৰ বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

মৌমাখি আৰু ভেকুলীৰ দংশনত কোনটো এচিড পোৱা যায়? ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? কোনজন অসমীয়া লেখকক ‘বকুল বন‘ৰ কবি‘ বুলি কোৱা হয়? LCD ৰ সম্পূৰ্ণ ৰূপ কি? তলৰ কোনটো গছক পৰ্ণপাতী গছ-গছনিৰ উদাহৰণ হিচাপে গণ্য কৰা নহয়?