Daily MCQs

এই শৃংখলাৰ অমিল সংখ্যাটো চিনাক্ত কৰা: ৫, ৯, ১৭, ২৯, ৫৫, ৬৫।

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনখন ৰাজ্য ‘মুখ্যমন্ত্ৰী লাদলী বাহনা আৱাস যোজনা’ৰ সৈতে জড়িত? কাক মহাকাশ বিজ্ঞানৰ বাবে 'আৰ্য্যভট্ট বঁটা'ৰে সন্মানিত কৰা হৈছে? অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয় কোনটো?? 'হেমকোষ' নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়া কোন? চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ক’ত অৱস্থিত?