Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ Mock Test
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কিতাপ
24 August 2024
JobAssam
Share
প্ৰাচীন চিকিৎসা গ্ৰন্থ ‘চৰক সংহিতা’ৰ লেখক চৰক কাৰ সমসাময়িক আছিল?
ক) কনিষ্ক
খ) চন্দ্ৰগুপ্ত মৌৰ্য
গ) অশোক
ঘ) সমুদ্ৰগুপ্ত
কনিষ্ক
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন?
সোৱণশিৰি নিম্ন জলবিদ্যুত বান্ধ সোৱণশিৰি নদীৰ ওপৰত কোনখন ৰাজ্যত অৱস্থিত?
সাহিত্য অকাডেমী বঁটা বিজয়ী গ্ৰন্থ 'দেওলাংখুই'ৰ ৰচনা কোনে কৰিছিল?
কোন বছৰত গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা দিয়া হৈছিল?
'সুগন্ধি পখিলা'ৰ লেখক কোন?