Daily MCQs

প্ৰতি বছৰে কোন তাৰিখে ‘মে-ডাম-মে-ফি’ উৎসৱ পালন কৰা হয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

X পোনে পোনে দক্ষিণ দিশলৈ যাবলৈ ধৰিলে। ৫ মিটাৰ খোজ কঢ়াৰ পিছত তেওঁ বাওঁফালে ঘূৰি ৩ মিটাৰ খোজ কাঢ়িলে। ইয়াৰ পিছত তেওঁ সোঁফালে ঘূৰি ৫ মিটাৰ খোজ কাঢ়িলে। এতিয়া X কোন দিশলৈ মুখ কৰি আছে? নতুন নিযুক্তিৰ বাবে অসম আৰক্ষীৰ সৈতে কোনটো প্ৰশিক্ষণ প্ৰতিষ্ঠান জড়িত? VPN ৰ সম্পূৰ্ণ ৰূপ কি? শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি ২০২৫ চনত পৃথিৱীৰ পৰা কোনটো গ্ৰহ সাময়িকভাৱে অদৃশ্য হ’ব? কোনে বৰপেটাত ‘বৰপেটা সত্ৰ’ প্ৰতিষ্ঠা কৰিছিল?