Daily MCQs

X পোনে পোনে দক্ষিণ দিশলৈ যাবলৈ ধৰিলে। ৫ মিটাৰ খোজ কঢ়াৰ পিছত তেওঁ বাওঁফালে ঘূৰি ৩ মিটাৰ খোজ কাঢ়িলে। ইয়াৰ পিছত তেওঁ সোঁফালে ঘূৰি ৫ মিটাৰ খোজ কাঢ়িলে। এতিয়া X কোন দিশলৈ মুখ কৰি আছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

'পাগলিষ্ট' বুলি কি খেলাৰ খেলুৱৈক কোৱা হয়? ৩০০ ৰ ২৫% ৰ ২০% কিমান? যদি আটাইতকৈ সৰু ৫ অংকৰ সংখ্যাটোৰ পৰা আটাইতকৈ ডাঙৰ ৩ অংকৰ সংখ্যাটো বিয়োগ কৰা হয় তেন্তে ফলাফল হ’ব "ৰাজতৰংগীনি" কোনে লিখিছিল? কোন চনত নেহৰু ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল?