Daily MCQs

কোনটো সংস্থাই কমনৱেলথ গেমছৰ তদাৰক কৰে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

X পোনে পোনে দক্ষিণ দিশলৈ যাবলৈ ধৰিলে। ৫ মিটাৰ খোজ কঢ়াৰ পিছত তেওঁ বাওঁফালে ঘূৰি ৩ মিটাৰ খোজ কাঢ়িলে। ইয়াৰ পিছত তেওঁ সোঁফালে ঘূৰি ৫ মিটাৰ খোজ কাঢ়িলে। এতিয়া X কোন দিশলৈ মুখ কৰি আছে? তলৰ কোনটো ঠাইত এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত? মহাদেউ শৃংগ ক’ত অৱস্থিত? কামৰূপৰ 'বিক্ৰমাদিত্য' হিচাপে কোন পৰিচিত আছিল? অসমৰ প্ৰথম বেৰিষ্টাৰ কোন?