Daily MCQs

ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থাটোৰ বিষয়ে আলোচনা কৰা হৈছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

২০২৪ চনৰ আগষ্ট মাহত অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কোন? ‘শতৰাঞ্জ কে খিলাদি’ ছবিখন কোনজন লেখকৰ চুটিগল্পৰ আধাৰত নিৰ্মিত? তলৰ কোনখন দেশ দক্ষিণ আমেৰিকাত আছে? অসমত SEBA আৰু AHSEC একত্ৰিত কৰি গঠন হোৱা ব’ৰ্ডৰ নতুন নাম কি? কুকুৰনেচীয়া বাঘৰ গোট এটাক কোৱা হয়: