Daily MCQs

অসমত SEBA আৰু AHSEC একত্ৰিত কৰি গঠন হোৱা ব’ৰ্ডৰ নতুন নাম কি?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কুমাৰ ৰজা বুলি কাক জনা যায়? কোন বছৰত প্ৰণৱজ্যোতি ডেকাই তেওঁৰ চুটিগল্প সংকলন ‘শ্ৰেষ্ঠ গল্প’ৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? তলৰ কোনটো উপনিষদৰ পৰা সত্যমেব জয়তে শব্দৰ উৎপত্তি হৈছে? কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? One who makes an official examination of account is called?