Daily MCQs

I _____ English for seven years now.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

সূৰ্যাস্তৰ আগতে এদিন সন্ধিয়া ৰেখা আৰু হেমা মুখামুখিকৈ কথা পাতি আছিল। হেমাৰ ছাঁটো যদি হেমাৰ ঠিক সোঁফালে আছিল, তেন্তে ৰেখা কোন দিশলৈ মুখ কৰি আছিল? লোকসভাত বিটিআৰৰ প্ৰতিনিধি কোন? অকল ক য়ে ২০ দিনত এটা কাম কৰিব পাৰে, আৰু অকল খ য়ে ৩০ দিনত কৰিব পাৰে। যদি তেওঁলোকে একেলগে কাম কৰে তেন্তে আধা কাম শেষ কৰিবলৈ কিমান সময় লাগিব? যদি ৰাজ্যিক জৰুৰীকালীন ঘোষণা কৰা হয়, তেন্তে প্ৰতি ____ৰ পিছত সংসদীয় অনুমোদনৰ প্ৰয়োজন হয়। কৌটিল্য (চানাক্য) ক’ৰ পৰা আহিছিল?