Daily MCQs

A, B, C আৰু D ক্ৰমাগত চাৰিটা অযুগ্ম সংখ্যা আৰু ইহঁতৰ গড় হ’ল ৪২। B আৰু D ৰ গুণফল কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ICT ৰ সম্পূৰ্ণ ৰূপ কি? “নৰেন্দ্ৰ মোদীঃ দ্য মেকিং অৱ এ লিজেণ্ড” গ্ৰন্থখনৰ লেখক কোন? P ২৫ মিটাৰ পশ্চিমে খোজ কাঢ়ি সোঁফালে ঘূৰি ১০ মিটাৰ খোজ কাঢ়িছে, তাৰ পিছত আকৌ সোঁফালে ঘূৰি ১৫ মিটাৰ খোজ কাঢ়িছে। ইয়াৰ পিছত ১৩৫° কোণত সোঁফালে ঘূৰি ৩০ মিটাৰ খোজ কাঢ়িছে। শেষত P কোন দিশে খোজ কাঢ়ি গৈ আছে? ‘ডাইনামাইট’ কোনে উদ্ভাৱন কৰিছিল? অসমৰ বৰ্তমানৰ ৰাজ্যসভাৰ সদস্য পবিত্র মাৰ্গেৰিতা কোনখন আলোচনীৰ সম্পাদক আছিল?