Daily MCQ

সকলো প্ৰশ্নৰ তালিকা

অমিল বিচাৰি উলিয়াওক: ২৫, ৩৩, ২৭, ১৫। অমিল বিচাৰি উলিয়াওক: বুধ, মংগল, চন্দ্ৰ, শুক্ৰ। অমিল বিচাৰি উলিয়াওক: ৫২, ৬০, ৭৮, ১৩০। যদি ‘A’ ৰ অৰ্থ ‘÷’, ‘B’ ৰ অৰ্থ ‘×’, ‘C’ ৰ অৰ্থ ‘+’, আৰু ‘D’ ৰ অৰ্থ ‘-’, তেন্তে ১২B১২A৪C৫D১ ৰ মান কিমান? ১২−৬÷১২×৬+৬=৯ সমীকৰণটোত কোন দুটা চিহ্ন সলনি কৰিলে শুদ্ধ হ’ব? যদি তলত দিয়া ধৰণে সলনি কৰা হয়: + মানে ÷, − মানে +, × মানে −, আৰু ÷ মানে ×, তেন্তে ১৮÷৬−২৭+৩×১২ অভিব্যক্তিটোৰ মান কিমান হ’ব? ২০১৭ চনৰ ১ জানুৱাৰী যদি দেওবাৰ আছিল, তেন্তে ২০১৭ চনৰ ৩১ ডিচেম্বৰ সপ্তাহৰ কোনটো দিন আছিল? ২০০৬ চনৰ ১৮ অক্টোবৰ যদি বুধবাৰ আছিল, তেন্তে ২০০০ চনৰ ১৭ অক্টোবৰ দিনটো কি আছিল? ২০০৭ চনৰ ৩১ জানুৱাৰী সপ্তাহৰ কোনটো দিন আছিল? ৰোহনে পশ্চিম দিশলৈ গৈ ৪৫° ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিছে, পুনৰ ১৮০° ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিছে আৰু তাৰ পিছত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ২২৫° ঘূৰিছে। এতিয়া তেওঁ কোন দিশলৈ মুখ কৰি আছে? দক্ষিণ-পূব যদি উত্তৰ হয়, উত্তৰ-পূব পশ্চিম হয় তেন্তে দক্ষিণ-পশ্চিম কি হ’ব? সন্ধিয়া ৫ বজাত স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে কেতকিৰ ছাঁ বাওঁফালে পৰি আছিল। তাইৰ ঘৰৰ পৰা স্কুল কোন দিশত? যদি ঘড়ীৰ মিনিট কাঁটাখনে মাজনিশা দক্ষিণ দিশলৈ আঙুলিয়াই দিয়ে, তেন্তে ই ৰাতিপুৱা ৩:০০ বজাত কোন দিশলৈ আঙুলিয়াব? টিনা বীনাৰ পৰা ৭৫ মিটাৰ দক্ষিণ-পূবে, আৰু ৰিনা বীনাৰ পৰা ৭৫ মিটাৰ দক্ষিণ-পশ্চিমে। ৰিনাৰ পৰা টিনা কোন দিশত? ৰেহানাই ঘৰৰ পৰা ৬ কিলোমিটাৰ পশ্চিমে গাড়ী চলায়, তাৰ পিছত বাওঁফালে ঘূৰি ৩ কিলোমিটাৰ গাড়ী চলায়, আৰু আকৌ বাওঁফালে ঘূৰি ১০ কিলোমিটাৰ গাড়ী চলায়। তাইৰ ঘৰ আৰু তাইৰ চূড়ান্ত স্থানৰ মাজত আটাইতকৈ কম দূৰত্ব কিমান? ৰেচমক সংস্কৃতিক ভাৱে জনা যায় - মানুহে কৰা প্ৰকৃতিৰ পৰিৱৰ্তনক ____বুলি কোৱা হয়। কাক ‘আধুনিক ভাৰতৰ পিতৃ’ বুলি গণ্য কৰা হয়? আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন? তলৰ কোনে ভাৰতত অসামৰিক সেৱাৰ ভেটি স্থাপন কৰিছিল? ভাৰতত অসামৰিক সেৱাৰ পিতৃ হিচাপে কাক জনা যায়? ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে নূন্যতম বয়সৰ প্ৰয়োজনীয়তা কিমান? হোমেন বৰগোহাঁইক তেওঁৰ কোনটো উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়: যদি ৰাজ্যিক জৰুৰীকালীন ঘোষণা কৰা হয়, তেন্তে প্ৰতি ____ৰ পিছত সংসদীয় অনুমোদনৰ প্ৰয়োজন হয়।