Daily MCQ

সকলো প্ৰশ্নৰ তালিকা

বগীবিল দলঙে ধেমাজি জিলাক কোনখন জিলাৰ সৈতে সংযোগ কৰে? ফতেহপুৰ ছিক্ৰীত ইবাদতখানা কোনে নিৰ্মাণ কৰিছিল? চন্দ্ৰপ্ৰভা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলৰ কোনটোক এছিয়াৰ আটাইতকৈ পুৰণি এম্ফিথিয়েটাৰ বুলি গণ্য কৰা হয়? ৰাখাল পূজা অসমৰ কোনখন জিলাৰ ৰাইজে পালন কৰে? কোনটো ৰোগ চিনাক্ত কৰিবলৈ উইডেল পৰীক্ষা কৰা হয়? ২০২২ চনৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা কাক প্ৰদান কৰা হয়? ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰিলে? চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম কি আছিল? 'Life Divine' গ্ৰন্থ কোনে লিখিছিল? ভাৰতৰ জি-২০ বিষয়বস্তু কি আছিল? তৃতীয় খেলো ইণ্ডিয়া যুৱ গেমছ ২০২০ত অসমৰ পৰা কোনে প্ৰথম পদক লাভ কৰে? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চাযতি ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে? ‘মেৰ বিল’ ক’ত অৱস্থিত? ‘বাথা বিল’ ক’ত অৱস্থিত? পাভৈ বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ভাৰতৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড কেতিয়া গঠন হৈছিল? ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেৰে কিমান কিলোমিটাৰ বৈ যায়? তলৰ কোনটো বৰাক নদীৰ উপনৈ? চিমেণ্টৰ কাৰখানা ক’ত অৱস্থিত? কয়লা খনি ক'ত নাই? বৰ্তমান ক’ত খাৰুৱা তেলৰ কূপ নাই? সৰ্বব্যাপী সম্পদ কোনটো? ইয়াৰে কোনটো নবীকৰণযোগ্য সম্পদ?