Daily MCQ

সকলো প্ৰশ্নৰ তালিকা

সংসদৰ সদন আহ্বান কৰাৰ ক্ষমতা কাৰ আছে? SEBIৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? ভাৰতীয় সংবিধানৰ ৰক্ষক হিচাপে কোনক জনা যায়? লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল? ভাৰতত কিমানটা লোকসভা সমষ্টি আছে? এইসকলৰ ভিতৰত কাৰ লোকসভা ভংগ কৰাৰ ক্ষমতা আছে? লোকসভাৰ অধ্যক্ষই তলৰ কাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব পাৰে? লোকসভাৰ অধ্যক্ষক কাৰ দ্বাৰা বাছনি কৰা হয়? ভাৰতত কিমান সঘনাই লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়? ১৯৫২ চনত ভাৰতৰ প্ৰথমটো লোকসভা নিৰ্বাচনত কিমানটা জাতীয় দলে অংশগ্ৰহণ কৰিছিল? লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নূন্যতম বয়সৰ প্ৰয়োজনীয়তা কিমান ? ২০২৪ চনত কিমান সংখ্যক লোকসভা নিৰ্বাচন হৈছিল? নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? আহোম যুগত কিমান ৰজাই শাসন কৰিছিল? কোনজন অসমীয়া লেখকক ‘বকুল বন‘ৰ কবি‘ বুলি কোৱা হয়? _____ তাৰিখে স্বাহিদ দিৱস পালন কৰা হয়। কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ আৰু ‘বৰফুকন’ পদ সৃষ্টি কৰিছিল? ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? ‘আত্মানুসন্ধান‘ কাৰ দ্বাৰা ৰচিত এখন আত্মজীৱনী? তলৰ কোনখন অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ? জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথমখন ছবি_____। কোন চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল? ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোনটো? তলৰ কোনটো বান্ধ গুজৰাট ৰাজ্যত অৱস্থিত?