Daily MCQs

৫ বছৰ আগৰ ৰুমীৰ বয়স আৰু ৭ বছৰৰ পিছৰ বয়সৰ গুণফল ২৮ বছৰ। ৰুমীৰ বৰ্তমান বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী কোন? অসমৰ কোনখন জিলাত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? কোনটো বছৰত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইটহুড উপাধি লাভ কৰে? লাচিত বৰফুকনৰ মৈদাম ______ত অৱস্থিত। পৃথিৱীৰ ঘূৰ্ণনৰ বাবে বতাহৰ দিশৰ যি বিক্ষেপণ হয়, তাক কি বুলি জনা যায়: