Daily MCQs

বৰ্তমান এজন ব্যক্তিৰ বয়স পুত্ৰতকৈ তিনিগুণ। ১৫ বছৰৰ পাছত পুত্ৰৰ দুগুণ হ’ব। পুত্ৰৰ বৰ্তমান বয়স হৈছে

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

চিমেণ্ট আৰু তীখা উৎপাদনত ইয়াৰ এটা প্ৰধান উপাদান হ’ল ______। তলৰ সকলৰ ভিতৰত ‘অন্তৰীপ’ উপন্যাসখনৰ লেখক কোন? Which of the following idioms means “to be very busy”? তলৰ সকলৰ ভিতৰত কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক? ALU ৰ সম্পূৰ্ণ ৰূপ কি?