Daily MCQs

এজন পিতৃ আৰু তেওঁৰ পুত্ৰৰ বয়স ১০ বছৰৰ অনুপাত ৫:৩। আনহাতে ১০ বছৰৰ আগত বয়সৰ অনুপাত আছিল ৩:১। তেন্তে আজি পুত্ৰৰ বয়সৰ লগত পিতৃৰ বয়সৰ অনুপাত কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এটা Byte কিমানটা Bit থাকে? গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক’ত অৱস্থিত? কাৰ দ্বাৰা মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্ধ্যধন কৰা হৈছিল? ভাৰতে শেহতীয়াকৈ কোনখন দেশলৈ প্ৰায় ১৪০০ কিলোগ্ৰাম কেন্সাৰ প্ৰতিৰোধী ঔষধ মানৱীয় সাহায্য হিচাপে প্ৰেৰণ কৰিছে? কোনখন ৰাজ্যৰ ৰাজধানী কৰ্কট ক্ৰান্তিয় ৰেখাত অৱস্থিত?