Daily MCQs

অজয় আৰু বিজয়ৰ বয়সৰ অনুপাত ৩:৪। ৫ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ নতুন অনুপাত হ’ব ৪:৫। বৰ্তমান বিজয়ৰ বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

“পুনা চুক্তি” মহাত্মা গান্ধী আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল: কৃষ্ণৰাজ সাগৰ বান্ধ ______ ত অৱস্থিত। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান? কাৰ ৰাজত্বকালত হিউৱেন ছাঙে অসম ভ্ৰমণ কৰিছিল? কোন বছৰত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰণৰ প্ৰস্তাৱ ১০৮ জন সংসদৰ সদস্যৰ দ্বাৰা স্বাক্ষৰিত হৈছিল?