Daily MCQs

সমীন আৰু তনুজৰ বয়সৰ অনুপাত ৮:১৫। ৯ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত ১১:১৮ হ’ব। তেওঁলোকৰ বয়সৰ মাজত কিমান পাৰ্থক্য আছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্য্য উদয় হয়? ছিয়াঙে, লোহিত আৰু দিবাঙৰ লগত যোগ হৈ তলৰ কোনখন নদী তৈয়াৰ কৰে? কনকলতা বৰুৱা তলত উল্লেখ কৰা কোনটো জাতীয় আন্দোলনত শ্বহীদ হৈছিল? ভাৰত গণৰাজ্যৰ প্ৰথম নাগৰিক কোন? Humans do not live ____bread alone.