Daily MCQs

বৰ্তমান এজন ব্যক্তিৰ বয়স পুত্ৰৰ বয়সৰ পাঁচগুণ। পাঁচ বছৰ আগত ব্যক্তিৰ বয়স পুত্ৰৰ বয়সৰ দহগুণ আছিল। বৰ্তমান ব্যক্তিজনৰ বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

I _____ my exercise because I didn't understand the question. গলফ খেলুৱৈ বিজয় সিং কোনখন দেশৰ? x² - 3 বহুপদটোৰ শূন্যবোৰ হ'ল: তলৰ কোনটো বায়ু প্ৰদূষকে তেজৰ অক্সিজেন বহন ক্ষমতা বহু পৰিমাণে হ্ৰাস কৰে? Choose the correct form of the verb for past continuous tense: She __________ (sing) when I entered the room.