Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
টেট, আৰক্ষী, ইত্যাদিৰ অনলাইন মক টেষ্ট
নিযুক্তি পৰীক্ষাৰ বাবে শ্ৰেষ্ঠ কিতাপ
05 August 2024
JobAssam
Share
চাইকেল কোনে আৱিষ্কাৰ কৰিছিল?
ক) বেঞ্জামিন ফ্ৰেংকলিন
খ) জন ডানলপ
গ) এলেছান্দ্ৰ' ভল্টা
ঘ) কে মেকমিলান
কে মেকমিলান
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
ভাৰতীয় সংবিধানৰ কোনখন সূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ (NCHAC) গঠন কৰা হয়?
কোনটো প্ৰাথমিক বিষয়ক লৈ ১৯৮৫ চনৰ অসম চুক্তি স্বাক্ষৰিত হৈছিল?
এজন গেলামালৰ ব্যৱসায়ীয়ে ভুৱা ওজনৰ মেচিন ব্যৱহাৰ কৰি কিনা আৰু বিক্ৰী কৰাৰ সময়ত ১০%লৈকে ঠগে। গেলামালৰ ব্যৱসায়ীজনৰ লাভৰ শতাংশ কিমান হ’ব?
ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয় ক’ত স্থাপন কৰা হৈছে?
ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ ভূমিৰ আয়তন আটাইতকৈ কম?