এটা পৰমাণুৰ ভৰ সংখ্যা হ’ল
- ক) নিউক্লিয়াছত থকা নিউক্লিঅ’নৰ সংখ্যা
- খ) নিউক্লিয়াছত থকা প্ৰ’টনৰ সংখ্যা
- গ) নিউক্লিয়াছত নিউট্ৰনৰ সংখ্যা
- ঘ) এইবোৰৰ কোনোটোৱেই নহয়
- নিউক্লিয়াছত থকা নিউক্লিঅ’নৰ সংখ্যা
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।