Daily MCQs

বায়ুত নিৰ্গত হোৱা ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন (CFC)ৰ পৰিমাণ বৃদ্ধি হ’লে তলৰ কোনটো অধিক পৰিমাণে পৃথিৱীত উতপন্ন হ’ব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এজন ব্যক্তিয়ে প্ৰতি মিনিটত ৩৫ শব্দৰ হাৰত টাইপ কৰে। ৯৮৭টা শব্দ টাইপ কৰিবলৈ তেওঁক কিমান সময় লাগিব? I _____ to the cinema tonight. I have got a lot of work to complete. ১০০০০০ ৰ আটাইতকৈ ওচৰৰ কোনটো সংখ্যা ৩, ৪, ৫, ৬, ৭, আৰু ৮ ৰে ভাগ কৰিব পাৰি? ইন্দ্ৰ শৃংখলাৰ অনুশীলন ভাৰত আৰু আন কোনখন দেশৰ দ্বাৰা যৌথভাৱে ভাৰত মহাসাগৰত অনুষ্ঠিত হয়? স্বৰ্ণলতা ঐতিহাসিক উপন্যাসখন কোনে ৰচনা কৰিছিল?