Daily MCQs

তিনিটা সংখ্যা ৪:৫:৬ অনুপাতত আৰু ইয়াৰ গড় ২৫। আটাইতকৈ ডাঙৰ সংখ্যা কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

যদি দুটা সংখ্যাৰ ল:সা:গু আৰু গ:সা:গু ২২৫ আৰু ৫ হয়, আৰু এটা সংখ্যা ২৫ হয়, তেন্তে আনটো সংখ্যা কিমান? Storage Deviceৰ মূল ফোল্ডাৰ কোনটো? অজন্তা আৰু এলোৰাৰ গুহা কোন ধৰ্মীয় পৰম্পৰাৰ অন্তৰ্গত? He teaches us _____ Biology. Identify the incorrectly spelt word.