Daily MCQs

এটা সংখ্যা ২২তকৈ যিমানেই বেছি সিমানেই ৭২তকৈ কম। সংখ্যাটো কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

শেহতীয়াকৈ মাউণ্ট এভাৰেষ্ট জয় কৰা আটাইতকৈ বয়সীয়াল ভাৰতীয় মহিলা কোন? টাইটান কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ? ফতেহপুৰ ছিক্ৰীত ইবাদতখানা কোনে নিৰ্মাণ কৰিছিল? 'ভাৰতীয় মতামত' কাকতখন কোনে প্ৰকাশ কৰিছিল? “জ্ঞানপীঠ বঁটা” লাভ কৰা প্ৰথম অসমীয়া কোন?