Daily MCQs

গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

মোহনে ৯% আৰু ১০% সৰল সূতত সমান পৰিমাণৰ ধন দুবছৰ বাবে ঋণ দিছিল। যদি তেওঁৰ মুঠ সূত ৭৬০ টকা হয়, তেন্তে মুঠ কিমান ধন ঋণ দিয়া হৈছিল? কোনখন চহৰ অসমৰ জ্ঞান নগৰ বুলি জনা যায়? ভগা ৰজা বুলি কোন আহোম ৰজাক জনা যায়? কাক মহাকাশ বিজ্ঞানৰ বাবে 'আৰ্য্যভট্ট বঁটা'ৰে সন্মানিত কৰা হৈছে? কোনখন ৰাজ্য চৰকাৰে ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা চৰকাৰী কাৰ্যালয়ত পেট্ৰ’ল-ডিজেল গাড়ী ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে?