Daily MCQs

নৰকাসুৰে নিৰ্মাণ কৰা বুলি ধাৰণা কৰা নাগশংকৰ মন্দিৰ _______ত অৱস্থিত।

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতৰ মুঠ এৰী ৰেচম উৎপাদনৰ কিমান শতাংশ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (BTR)ৰ পৰা আহে? যেতিয়া কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা লাভ নকৰে আৰু কেইবাটাও দলে মিলি চৰকাৰ গঠন কৰে, তাক কি বুলি কোৱা হয়? Give the synonymn of PARSIMONIOUS. কাৰ ৰাজত্বকালত শিৱ দোল নিৰ্মাণ হৈছিল? What is the most appropriate synonym for the word 'Fortitude'?