Daily MCQs

কোনখন ঠাইক পূবৰ মানচেষ্টাৰ বুলি জনা যায়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলৰ কোনটো বায়ু প্ৰদূষকে তেজৰ অক্সিজেন বহন ক্ষমতা বহু পৰিমাণে হ্ৰাস কৰে? যদি ৬ বছৰৰ বাবে সৰল সুত মূলধনৰ ৩০% সমান হয়, তেন্তে সুত কেতিয়া মূলধনৰ সমান হ’ব? ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় _______ ত অৱস্থিত। অসমৰ প্ৰথম বাঘ সংৰক্ষিত বনাঞ্চল ______। ময়ুৰ সিংহাসন কোনে জ্বলাইছিল?