Daily MCQs

_____ চনত ওৰাং বাঘ সংৰক্ষিত বনাঞ্চল বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

নিম্নলিখিত কোনজন 'অলকানন্দা'ৰ লেখক? পেনিচিলিন প্রথমে আৱিষ্কাৰ কৰিছিল ______। সাহিত্যৰ ক্ষেত্ৰত ২০২৪ চনৰ নোবেল বঁটা কোনে লাভ কৰিছে? অসংগতিপূৰ্ণটো বাছি উলিওৱা: ঘৰচিৰিকা, ৰাজহাঁহ, ভাটৌ, কাউৰী আমাৰ ৰাষ্ট্ৰীয় গ্ৰন্থ কি?