বনৰীয়া ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত?
- ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
- খ) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান
- গ) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
- ঘ) মানস ৰাষ্ট্ৰীয় উদ্যান
- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।