অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেও হাহ প্ৰচুৰ পৰিমাণে পোৱা যায়?
- ক) মানস ৰাষ্ট্ৰীয় উদ্যান
- খ) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
- গ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান
- ঘ) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান
- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।