Daily MCQs

বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনখন আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল? কোনটো পাহাৰৰ শিখৰত, কামাখ্যা মন্দিৰ অৱস্থিত? এগৰাকী মাতৃ, কন্যা আৰু পুত্ৰৰ বয়সৰ যোগফল হ’ল ৯৬ বছৰ। ৫ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ যোগফল কিমান হ’ব? ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰা জলদ্বীপটো হ’ল? জনসংখ্যাৰ হিচাপত অসম ভাৰতৰ _____ বৃহত্তম ৰাজ্য।