Daily MCQs

প্ৰথম অসমীয়া ভাষাৰ ছপা পুথি 'ধৰ্ম পুস্তক' ৰচনা কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

২০২২ চনৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা কাক প্ৰদান কৰা হয়? কোনটো দিন প্ৰতি বছৰে ‘ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস’ হিচাপে পালন কৰা হয়? ইয়াৰ পৰা পাৰ্থক্য বিচাৰি উলিয়াওক: G, H, I, S তলত দিয়া কথাবোৰ বিবেচনা কৰক: ১) চৰাইদেউক সাধাৰণতে "অসমৰ পিৰামিড" বুলি জনা যায়। ২) আহোম ৰজাৰ আদি ৰাজধানী আছিল। ৩) শেহতীয়াকৈ অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। ৪) যোৰহাটত অৱস্থিত। ইয়াৰে কোনটো শুদ্ধ? দুয়োটা সংখ্যাৰ মাজৰ পাৰ্থক্য ৮ আৰু ইহঁতৰ যোগফলৰ ১/৮ হ’ল ৩৫। সংখ্যাবোৰ হ’ল