Daily MCQs

'A Few Remarks on Assamese Language'ৰ লেখক কোন আছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

দুজন ব্যক্তিৰ বয়সৰ অনুপাত ৪:৫। ৫ বছৰৰ পূৰ্বে তেওঁলোকৰ বয়সৰ অনুপাত আছিল ৩:৪। সৰ্বাধিক বয়সৰ ব্যক্তি বৰ্তমান কিমান বয়সৰ? ইয়াৰ পৰা পাৰ্থক্য বিচাৰি উলিয়াওক: ৩৫-৬৬, ৯৪-৭১, ২৪-৫৭, ৫৬-৭০। স্বামী বিবেকানন্দই কেতিয়া ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল? অসমত ৰাজ্যিক নিযুক্তিৰ বাবে গঠন কৰা আয়োগ SLRCৰ সম্পূৰ্ণ ৰূপ কি? প্ৰতিৰক্ষা মন্ত্ৰালয়ে কোনটো সংস্থাৰ পৰা তেজছ লাইট কম্বেট এয়াৰক্ৰাফ্ট ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছে?