Daily MCQs

আমাৰ ৰাষ্ট্ৰীয় গ্ৰন্থ কি?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলত দিয়া কথাবোৰ বিবেচনা কৰক: ১) চৰাইদেউক সাধাৰণতে "অসমৰ পিৰামিড" বুলি জনা যায়। ২) আহোম ৰজাৰ আদি ৰাজধানী আছিল। ৩) শেহতীয়াকৈ অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। ৪) যোৰহাটত অৱস্থিত। ইয়াৰে কোনটো শুদ্ধ? কামাখ্যা মন্দিৰটো কোন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? তলৰ কোনটো হৰপ্পান স্থান হাৰিয়ানাত আছে? ১২, ১০ বা ৮ ৰে ভাগ কৰিলে ৬ বাকী থকা আটাইতকৈ সৰু সংখ্যাটো কিমান? কোনখন দেশৰ পৰা ভাৰতে পিলাটাছ পিচি-৭ প্ৰশিক্ষক বিমান ক্ৰয় কৰিছে?