Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
টেট, আৰক্ষী, ইত্যাদিৰ অনলাইন মক টেষ্ট
নিযুক্তি পৰীক্ষাৰ বাবে শ্ৰেষ্ঠ কিতাপ
31 July 2024
Darshan
Share
ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো?
ক) সাতপুৰা ৰেঞ্জ
খ) সহ্যাদ্ৰি ৰেঞ্জ
গ) আৰাৱলী ৰেঞ্জ
ঘ) এইবোৰৰ কোনোটোৱেই নহয়
আৰাৱলী ৰেঞ্জ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত?
ভাৰতৰ কোনখন ৰাজ্যত দৰিদ্ৰতাৰ শতকৰা হাৰ সৰ্বাধিক?
কোনজন লেখকক মনাই বোইৰাগী বুলি জনা যায়?
ক, খ আৰু গ ৰ গড় বয়স ২৬ বছৰ। যদি ক আৰু গ ৰ গড় বয়স ২৯ বছৰ হয়। খ ৰ বয়স কিমান?
এটা বেগত ৫টা ৰঙা বল আৰু ৩টা সেউজীয়া বল আছে। যদি এটা বল যিকোনো ভাবে উঠোৱা হয়, তেন্তে ৰঙা বল উঠোৱাৰ সম্ভাৱনা কিমান?