Daily MCQs

কোনজন আহোম স্বৰ্গদেউৱে বৰপাত্ৰগোহাঁইৰ পদ সৃষ্টি কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থিত? 'মঞ্চলেখা' কোনে লিখিছিল? কোনখন ভাৰতীয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য আটাইতকৈ কম? গোলুৱে নিজৰ ঘৰৰ পৰা ৮ কিলোমিটাৰ উত্তৰ দিশত খোজ কাঢ়িছে, তাৰ পিছত বাওঁফালে ঘূৰি ৬ কিলোমিটাৰ খোজ কাঢ়িছে। তেওঁ এতিয়া নিজৰ ঘৰৰ পৰা সৰল ৰেখাৰে কিমান দূৰত? কোনটো আহোম ৰজাৰ ৰাজত্বকালত ছাদিয়াখোৱা পদ সৃষ্টি কৰা হৈছিল?