Daily MCQs

৭, ১২, ৫, ১, ৪, ২, ১, ১২, ১৭, ১৬, ১, ৫, ৮ এই তথ্য শৃংখলাৰ গড় কিমান হব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ডিব্ৰুগড় বিশ্ববিদ্যালয় কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ৪০ জন ছাত্ৰ-ছাত্ৰীৰ গড় বয়স ১৪ বছৰ আৰু শিক্ষকক অন্তৰ্ভুক্ত কৰিলে গড় বয়স ১৫ বছৰ হ’ব। শিক্ষকৰ বয়স কিমান? IIFA ২০২৫ ক’ত অনুষ্ঠিত হৈছিল? প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে কোনটো ৰং কম বিচ্যুত হয়? অজন্তা আৰু এলোৰাৰ গুহা কোন ধৰ্মীয় পৰম্পৰাৰ অন্তৰ্গত?