Daily MCQs

৭ চে.মি. ব্যাসাৰ্ধৰ বৃত্তৰ পৰিধিৰ দৈৰ্ঘ্যৰ সহায়ত বৰ্গ নিৰ্মাণ কৰা হয়। বৰ্গটোৰ কাষৰ দৈৰ্ঘ্য হ’ল

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনখন জিলা অসমৰ পৰা পৃথক হৈ ১৯৬৩ চনত নাগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল? GB ৰ সম্পূৰ্ণ ৰূপ কি? ভাৰতে আমদানি কৰা ছোভিয়েট বিমানবাহী জাহাজ এডমিৰেল গৰ্ছকোভৰ নতুন নাম কি? তেজ ৰঙা দেখা যায় কাৰণ ইয়াত ______ থাকে। আহোম যুগত কিমান ৰজাই শাসন কৰিছিল?