Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ Mock Test
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কিতাপ
30 July 2024
JobAssam
Share
অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম?
ক) বৰপেটা
খ) লামডিং
গ) শিৱসাগৰ
ঘ) ডিব্ৰুগড়
লামডিং
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
এই শৃংখলাত পৰৱৰ্তী কোনটো সংখ্যা আহিব: ৫, ১২, ৩১, ৬৮, ১২৯, ____?
ভাৰতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ টকি ছবি কি আছিল?
লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা “অ’ মোৰ অপুনাৰ দেশ” প্ৰথম প্ৰকাশ হৈছিল
যদি ৪৫৩২৯৮৬ সংখ্যাটো ওলোটা হয়, তেন্তে যিটো সংখ্যাৰ অৱস্থান সলনি নহয়, সেইটো হ’ল
প্ৰথম ৪০ টা প্ৰাকৃতিক সংখ্যাৰ গড় নিৰ্ণয় কৰক।