Daily MCQs

ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ-পূব ভাৰতৰ পাহাৰ আৰু জনজাতীয় অঞ্চলৰ স্বায়ত্তশাসিত প্ৰশাসনৰ ব্যৱস্থা কৰা হৈছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ইদাশিছা নোংৰাঙ, কোনখন ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আৰক্ষী সঞ্চালক প্ৰধান (DGP) হিচাপে নিযুক্তি লাভ কৰিছে? কেন্দ্ৰীয় হিন্দু বিদ্যালয় কেতিয়া বেনাৰস হিন্দু বিশ্ববিদ্যালয় হ'ল? চিমেণ্ট আৰু তীখা উৎপাদনত ইয়াৰ এটা প্ৰধান উপাদান হ’ল ______। অগ্নাশয়ৰ পৰা কি নিঃসৰণ হয়? “চৰ্যাপদ”, যাক অসমীয়া সাহিত্যৰ আদিম নিদৰ্শন বুলি গণ্য কৰা হয়, তাত কি আছে: