Daily MCQs

SMS ৰ সম্পূৰ্ণ ৰূপ কি?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

চাইকেল চলোৱা এজন লোকে ২৫ ছেকেণ্ডত ১৫০ মিটাৰ অতিক্ৰম কৰে। তেওঁৰ গতি ঘণ্টাত কিলোমিটাৰত কিমান? কোনটো বছৰত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? নৰকাসুৰে নিৰ্মাণ কৰা বুলি ধাৰণা কৰা নাগশংকৰ মন্দিৰ _______ত অৱস্থিত। তলত উল্লেখ কৰা দেশসমূহৰ ভিতৰত কোনখন দেশ সৰ্বাধিক চাহ উৎপাদনকাৰী দেশ? অভয়াপুৰীত কোনটো অসম আৰক্ষী বেটেলিয়ন অৱস্থিত?